ৰঙালী বিহুৰ শুভেচ্ছাৰে





পাহাৰৰ দাঁতিতে কপৌফুল ফুলিলে
নাহৰু ফুলিলে ডালত
নাহৰৰ সুবাসে নাচনীক মোহিলে
নবহে মন তাঁতৰে শালত।

No comments:

Post a Comment