Rongali bihu quotes






পাতৰে আঁৰতে কুলিয়ে বিনালে
বিৰিখে সলাইছে পাত,
আই অসমীয়ে ন-সাজ পিন্ধিলে
বিহু বিহু লাগিছে গাত।

No comments:

Post a Comment